December 20, 2024 8:09 PM

views 28

নতুন দিল্লীত বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপৰ আয়োজন

নতুন দিল্লীত হ'বলগীয়া বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপৰ আয়োজন কৰা হৈছে। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অহা বছৰৰ ২৬ ছেপ্তেম্বৰৰ পৰা ৫ অক্টোবৰলৈ এই প্রতিযোগিতা অনুষ্ঠিত হ'ব। বিশ্ব পেৰা এথলেটিকছে কালি ঘোষণা কৰা মতে ভাৰতত প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এয়া হ'ব প্ৰতিযোগিতাখনৰ দ্বাদশ সংস্কৰণ। চতুৰ্থবাৰৰ বাবে এছিয়া মহাদেশত আয়োজন কৰা এই প্ৰতিযোগিতা ইয়াৰ পূৰ্বে ২০১৫ চনত দোহাত ২০১৯ত ডুবাই আৰু এই বছৰ কোবেত অনুষ্ঠিত হৈছিল। ভাৰতৰ ৰাজধানী চহৰখনত ইয়াৰ লগতে অহা বছৰ প্ৰথমবাৰৰ ব...