October 10, 2026 5:27 PM
2
আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস
আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস। মানসিক স্বাস্থ্য সন্দৰ্ভত শিক্ষা, সজাগতা সৃষ্টি আৰু মানসিক স্বাস্থ্য বা মানসিক ৰোগৰ প্ৰতি থকা সামাজিক সংকোচবোধৰ বিৰুদ্ধে জনমত গঢ়ি তোলাৰ উদ্দেশ্যে বিশ্বজুৰি প্ৰতি ১০ অক্টোবৰত এই দিৱস পালন কৰা হয়। WORLD FEDARATION FOR MENTAL HEALTH ৰ উদ্যোগত ১৯৯২ চনত প্ৰথমবাৰলৈ এই দিৱস পালন কৰা হৈছিল। ডেৰশতকৈও অধিক দেশত ইয়াৰ শাখা থকা WORLD FEDARATION FOR MENTAL HEALTH হৈছে মানসিক স্বাস্থ্য সম্পৰ্কীয় এটা বিশ্বমানৰ সংগঠন। এইবেলি এই দিৱসৰ বিষয়বস্তু হৈছে – Lived experiences heard:...