December 15, 2024 8:49 PM

views 94

উত্তৰাখণ্ডৰ ডেৰাদুনত  বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছ আৰু আৰোগ্য এক্সপ’ৰ দশম সংস্কৰণৰ সামৰণি

উত্তৰাখণ্ডৰ ডেৰাদুনত আজি বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছ আৰু আৰোগ্য এক্সপ'ৰ দশম সংস্কৰণৰ সামৰণি পৰে। এই অনুষ্ঠানত এইবাৰৰ সংস্কৰণত অভিলেখ সংখ্যক ১২ হাজাৰ প্ৰতিনিধিয়ে পঞ্জীয়ন কৰে। মুঠ ৫৪ খন দেশে ভাগ লোৱা এই অনুষ্ঠানত ৩০০ বিদেশী প্রতিনিধিয়ে অংশগ্রহণ কৰি এই অনুষ্ঠানৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। উল্লেখযোগ্য যে, যোৱা বছৰ গোৱাত হোৱা এই অনুষ্ঠানৰ নৱম সংস্কৰণত মুঠ ৫ হাজাৰ ১০২ জন প্রতিনিধিয়ে পঞ্জীয়ন কৰে। উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী পুস্কৰ সিং ধামিয়ে বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছ আৰু আৰোগ্য এক্সপ'ৰ সফল সমাপ্তিৰ বাবে ...