October 15, 2024 11:05 AM

views 53

মহিলাৰ টি-২০ বিশ্বকাপ ক্রিকেটৰ ছেমি ফাইনেলত নিউজিলেণ্ড

নিউজিলেণ্ডে মহিলাৰ টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত গ্ৰুপ-এৰ পৰা দ্বিতীয়টো দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে যোৱানিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাকিস্তানক ৫৪ ৰানৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১১০ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত পাকিস্তানে ১১ অভাৰ আৰু চাৰিটা বলত মাত্র ৫৬ ৰান কৰি আটাইকেইটা উইকেট হেৰুৱায়। ইপিনে, কালিৰ খেলখনত নিউজিলেণ্ড জয়ী হোৱা বাবে ভ...