September 18, 2026 2:29 PM
2
এছিয়ান গেমছত মহিলা ক্রিকেটৰ কোৱাৰ্টাৰ ফাইনেলত জাপানৰ বিৰুদ্ধে ভাৰতৰ ৮ উইকেটত জয়লাভ
জাপানৰ নিশ্বিনত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলা ক্রিকেটত ভাৰতে চেমিফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে আজি কোৱাৰ্টাৰ ফাইনেলত জাপানক ৮ উইকেটত পৰাস্ত কৰে। ভাৰতে ৫৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মাত্র পাঁচ অভাৰত দুটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ শেফালি বাৰ্মাই ৪০ ৰান আৰু ৰিচা ঘোষে ১২ ৰাণ কৰি অপৰাজিত হৈ ৰয়। ইয়াৰ পূৰ্বে জাপানে প্রথমে বেট ধৰি ১৯ অভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ৫৭ ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ শ্ৰী চৰণীয়ে চাৰিটা আৰু ছেফালি বার্মাই দুটা উইকেট দখল কৰে। অহা দেওবাৰে ...