December 8, 2024 12:00 PM

views 29

ওমানত হ’বলগীয়া মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰত আজি ওমানৰ মাস্কতত হ'বলগীয়া মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত জ্যোতি সিঙে ভাৰতীয় জুনিয়ৰ মহিলা হকী দলৰ নেতৃত্ব বহন কৰিব। সাক্ষী ৰানা ভাৰতীয় দলৰ উপ-অধিনায়ক হ'ব। প্ৰতিযোগিতাত কালি চীনে গ্রুপ এৰ প্ৰথমখন খেলত বাংলাদেশত ১৯-০ গলত পৰাস্ত কৰে। গ্ৰুপ এৰ আন এখন খেলত মালয়েছিয়াই থাইলেণ্ডক ৩-০ গলত আৰু পুল বিৰ এখন খেলত জাপানে শ্রীলংকাক ১৫-০ গলত পৰাভূত কৰে। ১০টা দলে এই প্ৰতিযোগিতাত ভাগ লৈছে। যোৱা বাৰৰ চেম্পিয়ন ভাৰতক চীন, মালয়েছ...