July 13, 2025 1:36 PM

views 36

পৰম্পৰাগত চিকিৎসা ব্যৱস্থা বিশেষকৈ আয়ুষ প্ৰণালীৰ সৈতে কৃত্রিম বুদ্ধিমত্তাৰ সংহতিকৰণৰ বাবে ভাৰতে চলোৱা প্ৰচেষ্টাক বিশ্ব স্বাস্থ্য সংস্থাৰ স্বীকৃতি

বিশ্ব স্বাস্থ্য সংস্থাই পৰম্পৰাগত চিকিৎসা ব্যৱস্থা বিশেষকৈ আয়ুষ প্ৰণালীৰ সৈতে কৃত্রিম বুদ্ধিমত্তাৰ সংহতিকৰণৰ বাবে ভাৰতে চলোৱা প্ৰচেষ্টাক স্বীকৃতি প্ৰদান কৰিছে। পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ স্থিতি শীৰ্ষক কাৰিকৰী সংক্ষিপ্ত বিৱৰণীত এই বিষয়ে উল্লেখ কৰা হৈছে। এই বিৱৰণীত আয়ুর্বেদ, সিদ্ধ, ইউনানী, ছোৱা ৰিগপা আৰু হোমিঅ'পেথিত কৃত্রিম বুদ্ধিমত্তাৰ ভাৰতৰ অগ্ৰগতিৰ বিষয়ে আলোকপাত কৰা হৈছে। কেন্দ্ৰীয় আয়ুষ ৰাজ্য মন্ত্ৰী প্ৰতাপৰাও যাধৱে বিশ্ব স্বাস্থ্য সংস্থাৰ স্বীকৃতিয়ে প্ৰযুক...