September 13, 2026 7:27 PM
9
২০২৬ চনৰ ব্ৰীকচ শীর্ষ সন্মিলন নতুন দিল্লী ঘোষণা পত্ৰক বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰশংসা
বিশ্ব স্বাস্থ্য সংস্থাই নতুন দিল্লীত অনুষ্ঠিত ২০২৬ চনৰ ব্ৰীকচ শীর্ষ সন্মিলনৰ ঘোষণা পত্ৰক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেদ্রচ অধনম ঘেব্রিয়াছেছে সার্বজনীন স্বাস্থ্য বীমাৰ সুবিধা, স্থিতিস্থাপক স্বাস্থ্য ব্যৱস্থা, ৰোগ সৃষ্টিকাৰী জীৱানুৰ চিনাক্তকৰণ আৰু মহামাৰী সন্দৰ্ভত চুক্তিৰ বাবে গ্রহণ কৰা পদক্ষেপৰ শলাগ লয়। সঞ্চালক প্ৰধানগৰাকীয়ে যক্ষ্মা ৰোগ নির্মূলকৰণ, স্বাস্থ্য ব্যৱস্থা শক্তিশালীকৰণ, ডিজিটেল স্বাস্থ্য সেবা, পৰম্পৰাগত ঔষধৰ সংহতকৰণ আৰু স্বাস্থ্য স...