June 4, 2026 7:33 PM

views 14

অসমৰ শিক্ষা খণ্ডৰ অগ্রগতি, প্রত্যাহ্বান আৰু নতুন শিক্ষানীতি ২০২০ শীর্ষক সাপ্তাহিক আলোচনা

অসমৰ শিক্ষা খণ্ডৰ অগ্রগতি, প্রত্যাহ্বান আৰু নতুন শিক্ষানীতি ২০২০ শীর্ষক সাপ্তাহিক আলোচনাত কালি ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভবনত আয়োজিত এই আলোচনাত ৰাজ্যৰ শিক্ষাখণ্ডৰ সাম্প্ৰতিক পৰিস্থিতি, নতুন শিক্ষানীতিৰ সফল ৰূপায়ণ আৰু ভৱিষ্যত কৰণীয় বিষয়সমূহৰ ক্ষেত্ৰত পূৰ্বৰ শিক্ষামন্ত্রী ডাঃ পেগুবে মতামত আগবঢ়ায়। তেওঁ কয় যে নতুন শিক্ষানীতি-২০২০. ভাৰতৰ শিক্ষা ব্যৱস্থাক অধিক গুণগত অন্তর্ভুক্তিমূলক আৰু যুগোপযোগী কৰি তোলাৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। ৰাজ্যৰ শিক্ষাখণ্ডই ইতিমধ্যে এই নীত...