June 9, 2024 7:57 PM

views 50

অনৱাৰুল অজিম অনাৰৰ হত্যাৰ আৰু এজন অভিযুক্তক গ্ৰেপ্তাৰ পশ্চিমবংগ আৰক্ষীৰ

পশ্চিমবংগ আৰক্ষীয়ে বাংলাদেশ আৱামী লীগ পাৰ্টীৰ সাংসদ অনৱাৰুল অজিম অনাৰৰ হত্যাৰ আৰু এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোকজনক ছিয়াম হুছেইন বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লোকজনক ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ উত্তৰ চবিবছ পৰগনা জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছে। বাংলাদেশ আৱামী লীগ পাৰ্টীৰ সাংসদ অনৱাৰুলক যোৱা মাহত কোলকাতাৰ এটা ফ্লেটত মৃত অৱস্থাত পোৱা হৈছিল। এই হত্যাকাণ্ডৰ সংক্ৰান্তত বাংলাদেশৰ জিহাদ হৱলদাৰ নামৰ এজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। হত্যাকাণ্ডৰ মূল অভিযুক্ত অতুৰ জামান ছাহিন পলাতক অ...