August 20, 2025 9:01 PM

views 25

এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণৰ মনোনয়ন পত্র দাখিল

এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণে আজি সংসদ ভৱনত মনোনয়ন পত্র দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, জে পি নাড্ডা, কিৰেন ৰিজিজুৰ লগতে এল জে পি আৰৰ নেতা চিৰাগ পাছোৱান, জনতা দল ইউনাইটেডৰ ৰাজীৱ ৰঞ্জন সিং আৰু এন চি পিৰ প্ৰফুল পেটেলকে ধৰি এন ডি এ মিত্রজোটৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে । মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে শ্ৰীৰাধাকৃষ্ণনে সংসদ ভৱনৰ প্ৰেৰণা স্থলত উপস্থিত হৈ দেশৰ প্ৰসিদ্ধ নেতা আৰু স্বাধীনতা সংগ্...