November 27, 2025 8:52 PM

views 35

কৰদাতাসকলক পৰামৰ্শ দিবলৈ বিশেষ অভিযান মুকলি কেন্দ্ৰীয় প্রত্যক্ষ কৰ পৰিষদ

কেন্দ্ৰীয় প্রত্যক্ষ কৰ পৰিষদ চিবিডিটিয়ে কৰদাতাসকলক পৰামৰ্শ দিবলৈ বিশেষ অভিযান মুকলি কৰিছে। অহা ৩১ ডিচেম্বৰৰ পূৰ্বে শাস্তিমূলক ব্যৱস্থাৰ পৰা ৰেহাই পোৱাৰ লগতে কৰদাতাসকলে যাতে নিজৰ কৰসমূহ সেচ্ছাই পর্যালোচনা কৰিব পাৰে তাৰ বাবে চিবিডিটিয়ে এই ব্যৱস্থা গ্রহণ কৰিছে। চিবিডিটিয়ে সকলো যোগ্য কৰ দাতাক এই সুবিধা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে।