June 19, 2026 12:19 PM

views 20

তিনি দিনীয়া ভ্রমণসূচীৰে লাডাখৰ লেহত উপস্থিত হ’ব উপ-ৰাষ্ট্ৰপতি

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনি দিনীয়া ভ্রমণসূচীৰে আজি লাডাখৰ লেহত উপস্থিত হ'ব। চলিত মাহৰ ২১ তাৰিখলৈ এই কেন্দ্ৰীয় শাসিত অঞ্চলটোত প্রথম আনুষ্ঠানিক ভ্রমণ কাৰ্যসূচীত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লুকুং গাঁৱত উপস্থিত হৈ বিভিন্ন আত্মসহায়ক গোটৰ সদস্যৰ সৈতে মত বিনিময় কৰিব। ভাইব্রেন্ট ভিলেজ প্ৰকল্পৰ অধীনত সীমান্ত অঞ্চলত উন্নয়নমূলক কামকাজৰ খতিয়ান গ্ৰহণ কৰিব। পাছলৈ উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে যুদ্ধ স্মাৰকত শ্রদ্ধ...