September 9, 2025 2:42 PM

views 55

দেশৰ পঞ্চদশগৰাকী উপ-ৰাষ্ট্ৰপতি পদৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত

■ দেশৰ পঞ্চদশগৰাকী উপ-ৰাষ্ট্ৰপতি পদৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত হৈছে। নতুন সংসদ ভৱনত জ্যেষ্ঠ বিজেপি নেতা আৰু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে ভোটদান কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অশ্বিনী বৈষ্ণৱ, জিতেন্দ্ৰ সিং, প্ৰহ্লাদ যোশী, ৰাজ্য সভাৰ উপ-সভাপতি হৰি বংশ, প্রাক্তন প্ৰধানমন্ত্ৰী আৰু জে ডি এছৰ সাংসদ এইচ ডি দেৱেগৌড়া, ৰাজ্যসভাৰ বিৰোধী দলপতি আৰু কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, জ্যেষ্ঠ কংগ্ৰেছ সাংসদ ছোনিয়া গান্ধী, ডি এম কে সাংসদ দয়ানিধি মাৰান, সমাজবা...

August 23, 2025 1:16 PM

views 40

উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে ৪৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র দাখিল

উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে ৪৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। ইতিমধ্যে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নির্বাচন আইন ১৯৫২ৰ অধীনত ১৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্রত্যাহাৰ কৰা হৈছে। ২৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ কালি পৰীক্ষাৰ বাবে লোৱা হৈছে। ৯ ছেপ্তেম্বৰত উপ-ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। চি পি ৰাধাকৃষ্ণণক এন ডি এৰ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক ইণ্ডি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে। বিগত মাহত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে স্বাস্থ্যজনিত কাৰণত প...