February 3, 2025 12:16 PM

views 31

যুৱ সমাজক ৰাষ্ট্ৰবিৰোধী ভাৱধাৰাৰ পৰা বিৰত থাকিবলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয়, যে দেশত লাখ লাখ অবৈধ প্রবাসী নাই আৰু দেশৰ জনগাঁথনি সলনি কৰিব পৰাকৈ ৰাজনৈতিক নিৰ্বাচনত তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ দিয়া নহয়। তেওঁ যুৱ সমাজক ৰাষ্ট্ৰ বিৰোধী ভাৱধাৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। চার্টার্ড একাউণ্টছ অৱ ইণ্ডিয়া প্রতিষ্ঠানে কালি দিল্লীত আয়োজন কৰা ৱৰ্ল্ড ফ'ৰাম অৱ একাউণ্টেটছ সন্মিলনত অংশগ্ৰহণ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে যুৱ সমাজে দেশৰ অস্তিত্ব সম্বন্ধীয় প্ৰত্যাহ্বানসমূহৰ বিষয়ে ভবা উচিত। শ্ৰীধনখড়ে কয়, যে কোনো কোনো লোক আৰু প্ৰতিষ্ঠানে দেশৰ বিকাশ...