September 30, 2025 11:35 AM

views 30

হাঙ্গেৰীত অনুষ্ঠিত বিকশিত ভাৰত দৌৰ কাৰ্যসূচীত স্বেচ্ছাসেৱক, জনগোষ্ঠীয় সংগঠনসমূহকে ধৰি এশতকৈও অধিক দৌৰবিদৰ অংশগ্ৰহণ

হাঙ্গেৰীত কালি অনুষ্ঠিত বিকশিত ভাৰত দৌৰ কাৰ্যসূচীত স্বেচ্ছাসেৱক, জনগোষ্ঠীয় সংগঠনসমূহকে ধৰি এশতকৈও অধিক দৌৰবিদে অংশ লয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিগত সময়ত আন্তঃগাঁথনি, স্বাস্থ্য, প্রযুক্তি আৰু শিক্ষা খণ্ডত লাভ কৰা উল্লেখনীয় অগ্ৰগতি আৰু বহনক্ষম উন্নয়নৰ ধাৰাক প্ৰতিফলিত কৰাৰ উদ্দেশ্যে এই দৌৰ কাৰ্যসূচী অনুষ্ঠিত হয়। বুডাপেষ্টত থকা ভাৰতীয় দূতাবাসে মাই ভাৰত কাৰ্যসূচীৰ অধীনত হাঙ্গেৰীৰ ক্ৰীড়া বিজ্ঞান বিশ্ববিদ্যালয়ৰ সহযোগত এই দৌৰ কাৰ্যসূচী ৰূপায়ণ কৰে। ভাৰতীয় দূতাবাসে জনোৱ মতে ...