September 29, 2026 4:53 PM
1
কেন্দ্ৰীয় চৰকাৰে ২০৪৭ বৰ্ষৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ হকে কাম কৰি আছে
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ প্ৰতি অবিৰত দায়বদ্ধতাৰে জনগণৰ সেৱাত ২৫ বছৰ অতিক্ৰম কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ২০৪৭ বৰ্ষৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ হকে কাম কৰি আছে। জনসেৱাৰ পৰা দেশসেৱা এই মন্ত্ৰৰে আগবঢ়া যাত্ৰাপথত প্ৰধানমন্ত্রী মোদীয়ে প্ৰদৰ্শন কৰা সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীক আধাৰ হিচাপে লৈ চৰকাৰে এই অভিযান গ্ৰহণ কৰিছে। সামগ্রিক উন্নয়ন আৰু সামাজিক সৱলীকৰণৰ জৰিয়তে চৰকাৰৰ এনে প্ৰয়াসে জনসাধাৰণৰ জীৱনলৈ অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। এই সন্দৰ্ভত আজিৰ প্ৰতিবেদন...