September 12, 2026 10:57 AM
2
ৰাছিয়াৰ ৰাষ্ট্ৰপতিক ‘তিৰুক্কুৰাল’ গ্রন্থ উপহাৰ প্ৰদানৰ বাবে প্রধানমন্ত্ৰী মোদীক প্ৰশংসা উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ
ব্রিকছ (BRICS) শীৰ্ষ সন্মিলনৰ সমান্তৰালকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক তামিল ভাষাৰ চিৰন্তন জ্ঞান আৰু ঐতিহ্যৰ বিষয়ে থকা গ্রন্থ 'তিৰুক্কুৰাল'ৰ ৰুছ ভাষালৈ হোৱা অনুবাদ গ্রন্থ উপহাৰ হিচাপে প্ৰদান কৰাৰ বাবে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছে । সামাজিক মাধ্যমত দিয়া এক পোষ্টত শ্ৰী ৰাধাকৃষ্ণনে ইয়াক দেশৰ ঐতিহ্যমণ্ডিত সভ্যতাৰ সুন্দৰ উদযাপন বুলি অভিহিত কৰে। দেশৰ চিৰন্তন জ্ঞান আৰু চহকী ঐতিহ্যই বিভিন্ন ভাষা আৰু সীমা অতিক্ৰম কৰি বিশ্বত প্ৰসাৰিত হোৱা কাৰ্যত তেও...