January 8, 2026 8:17 PM

views 37

বীৰগাঁথাৰ পঞ্চম সংস্কৰণত প্রায় এক কোটি ৯২ লাখ ছাত্র-ছাত্রীৰ অভিলেষ পৰিমাণত অংশগ্ৰহণ

বীৰগাঁথাৰ পঞ্চম সংস্কৰণত প্রায় এক লাখ ৯০ হাজাৰ বিদ্যালয়ৰ পৰা এক কোটি ৯২ লাখ ছাত্র-ছাত্রীয়ে অভিলেষ পৰিমাণত অংশ লয়। বীৰগাঁথা হৈছে প্ৰতিৰক্ষা আৰু শিক্ষা মন্ত্ৰ্যালয়ৰ এটা যুটীয়া পদক্ষেপ। প্ৰতিৰক্ষা মন্ত্র্যালয়ে জানিবলৈ দিছে যে, কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ অধীনৰ বিশ্বৰ ১৮ খন দেশৰ ৯১ খন বিদ্যালয়ৰ ২৮ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমবাৰৰ বাবে এই বীৰগাঁথা সংস্কৰণত ভাগ লৈছে। সমগ্ৰ দেশৰ ১০০ গৰাকী বিজেতাক নিৰ্বাচন কৰা হৈছে। সমাগত গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত কৰ্তব্য পথৰ কুচকাবাজত এই নির্বাচিত সকলে ভাগ ল'ব...