December 26, 2025 9:24 PM

views 93

বীৰ বাল দিৱস উপলক্ষে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বীৰ বাল দিৱস উপলক্ষে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰে। চলিত বৰ্ষত ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উল্লেখিত সাফল্য প্ৰদৰ্শন কৰা ২০গৰাকী শিশুক এই পুৰস্কাৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰসঙ্গত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই বঁটাই বঁটা প্ৰাপকসকলক উৎসাহিত কৰাৰ লগতে সমগ্ৰ দেশৰ শিশুসকলক অনুপ্ৰাণিত কৰে। ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মুৱে কয় যে বঁটাপ্রাপ্ত শিশুসকলে সাহসিকতা, কলা আৰু সংস্কৃতি, পৰিবেশ, উদ্ভাৱন আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ...

December 26, 2024 1:14 PM

views 51

সমগ্ৰ দেশজুৰি আজি বীৰ শিশু দিৱস উদযাপন

আজি বীৰ শিশু দিৱস। শিখসকলৰ ধৰ্মগুৰু গোবিন্দ সিঙৰ দুই বীৰ ছহিদ পুত্র বাবা ফার্টেই সিং আৰু জোৰাৱৰ সিঙৰ সোঁৱৰণত সমগ্ৰ দেশজুৰি এই দিৱস উদযাপন কৰা হৈছে। দেশৰ আন প্ৰান্তৰ লগতে অসমতো এই দিৱস পালন কৰা হৈছে। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জাস্থিত আৰ বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বীৰ শিশু দিৱসৰ সৈতে সংগতি ৰাখি এখন বিশেষ সভাৰ আয়োজন কৰা হয়। সভাত মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগ আৰু পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই অংশ লয়। একেদৰে গুৱাহাটী মহানগৰীৰ গোপীনাথ নগৰৰ গুৰু...