April 29, 2025 11:48 AM

views 16

অহা ৭ মে’ত ৰোমান কেথলিক ধর্মগুৰু প্ৰয়াত পোপ ফ্ৰান্সিছৰ উত্তৰসূৰী নিৰ্বাচন

ৰোমান কেথলিক ধর্মগুৰু প্ৰয়াত পোপ ফ্ৰান্সিছৰ উত্তৰসূৰী গৰাকীক নিৰ্বাচন কৰাৰ প্ৰক্ৰিয়া অহা ৭ মে'ত আৰম্ভ হ'ব। পোপ ফ্রান্সিছৰ দেহাৱসানৰ পাছৰ প্ৰক্ৰিয়াসমূহ পৰিচালনা কৰি থকা কাৰ্ডিনেলসকলৰ এখন ধৰ্মীয় সভাৰ অধিৱেশনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ভেটিকানে এই কথা প্ৰকাশ কৰিছে। পৰম্পৰা অনুসৰি ছিষ্টিন চেপেলত পোপ ফ্ৰান্সিছৰ উত্তৰসূৰী গৰাকীক নিৰ্বাচন কৰাৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। ভোটগ্ৰহণৰ যাৱতীয় প্ৰস্তুতিৰ অৰ্থে ছিষ্টিন চেপেলক কালি পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হয়। বিশ্বজুৰি থকা ২২৫ গৰাকী কাৰ্ডিনেলৰ ভিত...