January 10, 2025 9:08 PM

views 24

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভ ২০২৫ৰ বাবে আকাশবাণীৰ কুম্ভবাণী চেনেল মুকলি

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভ ২০২৫ৰ বাবে আকাশবাণীৰ কুম্ভবাণী চেনেল আজি মুকলি কৰা হৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই চেনেলটো মুকলি কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী যোগী আদিত্য নাথে কুম্ভবাণীয়ে জনপ্রিয়তাৰ নতুন শিখৰ লাভ কৰাই নহয়, বৰং অতি পিছপৰা গাঁওসমূহতো মহাকুম্ভৰ ভাৱনাক বিয়পাই দিবলৈ সক্ষম হ'ব বুলি বিশ্বাস ব্যক্ত কৰে। আকাশবাণী হৈছে জনসাধাৰণক থলুৱা পৰম্পৰা আৰু সংস্কৃতিৰ সৈতে সংযোজিত কৰাৰ প্ৰথম মাধ্যম বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আকাশবাণীৰ সৈতে তেওঁৰ শৈশৱৰ স্মৃতি...