February 23, 2025 12:29 PM

views 23

ইউ এছ টি এমৰ স্বত্বাধিকাৰী মহবুবুল হককে ধৰি ৬ জন লোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অবৈধ উপায়েৰে সহায়ৰ নামত ধন লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়-ইউ এছ টি এমৰ স্বত্বাধিকাৰী মহবুবুল হককে ধৰি ৬ জন লোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। অসম আৰক্ষীয়ে কৰিমগঞ্জ সদৰ থানাত জেৰাৰ অন্তত কালি বিয়লি অভিযুক্ত হকক ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। মাজ নিশালৈ দুয়োপক্ষৰ শুনানি গ্রহণ কৰি আদালতে মহবুবুল হকৰ জামিন আবেদন নাকচ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ উল্লেখযোগ্য যে মহবুবুল হকব প্রতিষ্ঠানটোৱে শ্ৰীভূমিৰ পা...