March 24, 2025 8:09 PM

views 37

ইউ এছ টি এমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে পৰীক্ষা কেন্দ্ৰত সংঘটিত অনিয়মৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ইউ এছ টি এমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ জামিন মঞ্জুৰ কৰিছে। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে অভিযুক্ত হকৰ জামিন চৰ্ত সাপেক্ষে মঞ্জুৰ কৰে। ন্যায়ালয়ে অভিযুক্তগৰাকীয়ে তদন্তত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ লগতে বিচৰা মাত্রেই তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হ'ব লাগিব বুলি চৰ্ত দিয়ে। উল্লেখযোগ্য যে পৰীক্ষা কেন্দ্ৰত অনিয়মৰ অভিযোগত মহবুবুল হকৰ বিৰুদ...