September 21, 2025 11:06 AM

views 60

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নতুন H-IB ভিছা নীতি সন্দৰ্ভত হোৱাইট হাউছৰ বিশেষ স্পষ্টীকৰণ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নতুন H-IB ভিছা নীতি সন্দৰ্ভত প্রযুক্তিগত উদ্যোগতখণ্ডত সৃষ্টি কৰা উদ্বেগ আৰু বিভ্ৰান্তি দূৰ কৰাৰ উদ্দেশ্যে হোৱাইট হাউছে বিশেষ স্পষ্টীকৰণ জাৰি কৰিছে। সেই অনুসৰি কেৱল নতুন আৱেদনকাৰীসকলৰ বাবেহে এবাৰৰ বাবে এশ হেজাৰ ডলাৰৰ মাচুল আৰোপ কৰা হৈছে। আজিৰে পৰা এই নতুন নীতি কার্যকৰী কৰাৰ কেইঘণ্টামান পূৰ্বে হোৱাইট হাউছৰ প্ৰেছ সচিব কেলিন লিভিটে কালি এই স্পষ্টীকৰণ দিয়ে ৷ এটা বাৰ্তাত তেওঁ কয়, যে ইতিমধ্যে H1B ভিছা থকা আৰু সম্প্ৰতি দেশৰ বাহিৰত থকা লোকসকলে দেশখনত পুনৰ প্ৰৱেশৰ বাবে বৰ্তমান এশ হ...