January 18, 2026 8:36 PM

views 85

ভাৰতক এৰি চলিলে আমেৰিকানসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰিপাব্লিকান পাৰ্টীৰ সদস্য ৰিটছ মেককর্মিকৰ মন্তব্য

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছ তথা ডানাল্ড ট্রাম্পৰ ৰিপাব্লিকান পাৰ্টীৰ সদস্য ৰিটছ মেককর্মিকে কয়, যে ভাৰতে আমেৰিকাত বিনিয়োগ কৰাৰ বিপৰীতে ইছলামাবাদে কেতিয়াও আমেৰিকাত বিনিয়োগ নকৰে। কৌশলগত আৰু আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন কেন্দ্রই আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি মেককর্মিকে কয়, যে ভাৰতক এৰি চলিলে আমেৰিকানসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব। ভাৰতৰ অৰ্থনৈতিক আৰু কৌশলগত গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি মেককর্মিকে কয়, যে ৩০ কোটি জনসংখ্যাৰ দেশ পাকিস্তানে আমেৰিকাত বিনিয়োগ নকৰে। ইয়াৰ বিপৰীতে আমেৰিকাত বিনিয়োগ কৰাৰ ক্ষেত্ৰত ...