May 8, 2025 10:36 AM

views 26

ভাৰতৰ সৈতে চলি থকা উত্তেজনাক গণতন্ত্রক অধিক ক্ষতিগ্ৰস্ত কৰাৰ অজুহাতৰূপে ব্যৱহাৰ নকৰিবলৈ পাকিস্তানলৈ মার্কিন সাংসদ ৰাজা কৃষ্ণমূৰ্তিৰ আহ্বান

মার্কিন সাংসদ ৰাজা কৃষ্ণমূৰ্তিয়ে ভাৰতৰ সৈতে বর্তমান চলি থকা উত্তেজনাক গণতন্ত্রক অধিক ক্ষতিগ্ৰস্ত কৰাৰ অজুহাত হিচাপে ব্যৱহাৰ নকৰিবলৈ পাকিস্তানলৈ আহ্বান জনাইছে। আন এগৰাকী সাংসদ শ্ৰীথানেদাৰে, মঙলবাৰে গভীৰ নিশা ভাৰতৰ প্ৰতিশোধমূলক আক্ৰমণলৈ সম্পূর্ণ সমর্থন আগবঢ়াইছে। ভাৰতীয় বংশোদ্ভূত ৰাজা কৃষ্ণমূৰ্তিয়ে কয় যে, যোৱা মাহত পেহেলগামত হোৱা ভয়ানক সন্ত্রাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া আৰু ভৱিষ্যতে হিংসা ৰোধ কৰাৰ প্ৰয়োজনীয়তা এতিয়া অত্যাৱশ্যকীয় হৈ পৰিছে৷ ইপিনে, ভাৰতীয় মূল...