October 6, 2026 11:59 AM

views 4

উত্তৰ প্ৰদেশৰ সমাগত ৰাজ্যসভা নিৰ্বাচনৰ ৮ খন আসনৰ বাবে বিজেপি প্রার্থীৰ নাম ঘোষণা

উত্তৰ প্ৰদেশৰ সমাগত ৰাজ্যসভা নিৰ্বাচনৰ ৮ খন আসনৰ বাবে বিজেপিয়ে প্রার্থীৰ নাম ঘোষণা কৰিছে। দলে ধৰ্মপাল সিং, ৰাধাকান্ত ওজা, প্রকাশ পাল, বিদ্যাসাগৰ শংকৰ, গোপীকৃষ্ণ পাণ্ডে, প্রিয়ংকা সিং ৰাৱট, ৰামপ্ৰতাপ সিং চৌহান আৰু শ্রুতি গংগোৱাৰৰ নাম প্রার্থী হিচাপে প্ৰক্ষেপ কৰিছে। ৰাজ্যসভাৰ এই দ্বিবার্ষিক নির্বাচনৰ বাবে মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন। উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিমবংগৰ ৰাজ্য সভাৰ আসনসমূহৰ বাবে অহা ১৬ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। উত্তৰ প্ৰদেশৰ ১০ খন আসন আৰু উত্তৰাখণ্ডৰ এখন আসনৰ নিৰ্বাচন...