January 15, 2026 7:56 PM

views 72

ইৰাণৰ পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক

ইৰাণৰ পৰিস্থিতি সন্দৰ্ভত আজি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক অনুষ্ঠিত হ'ব। ইৰাণত কেইবা সপ্তাহ ধৰি দেশজুৰি চলি থকা প্রতিবাদ আৰু কৰ্তৃপক্ষৰ হিংসাত্মক দমনৰ পাছত উত্তেজনা অব্যাহত আছে। ইৰাণে নিশাৰ ভিতৰতে প্রায় পাঁচ ঘণ্টাৰ বাবে নিজৰ সমগ্র আকাশমার্গ কিছু সময়ৰ বাবে বন্ধ কৰি দিয়াৰ এদিন পাছতে এই বৈঠক অনুষ্ঠিত হব। ইয়াৰ ফলত কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাই বিমান সেৱাৰ পথ সলনি বা বাতিল কৰিবলগীয়া হৈছিল। ইৰাণৰ অসামৰিক বিমান পৰিবহণ কর্তৃপক্ষই আজি পুৱা আকাশমাৰ্গ মুকলি কৰে আৰু ক্ৰমান্বয়ে ঘৰুৱা আৰু আন্তঃৰাষ...