June 29, 2026 1:40 PM

views 15

উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পিযুষ গোৱেল উচ্চস্তৰীয় প্ৰতিনিধি দলৰ সৈতে গ্ৰীচৰ এথেন্সলৈ ৰাওনা

ব্ৰিটেইন ভ্রমণ সামৰি উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পিযুষ গোৱেল উচ্চস্তৰীয় প্ৰতিনিধি দলৰ সৈতে গ্ৰীচৰ এথেন্সলৈ ৰাওনা হৈছে। এই ভ্ৰমণৰ উদ্দেশ্য হৈছে দেশখনৰ সৈতে বাণিজ্য, বিনিয়োগ আৰু কৌশলগত অর্থনৈতিক সহযোগিতা বৃদ্ধি কৰা। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুযায়ী গ্ৰীচ ভ্ৰমণৰ সময়ত প্ৰতিনিধি দলটোৱে ষ্টাৰ্ট আপ সন্দৰ্ভত এটা অনুষ্ঠানত অংশগ্রহণ কৰিব। তেওঁলোকে লগতে আন্তঃগাথঁনি, ডিজিটেলাইজেচন আৰু প্ৰতিৰক্ষা, খাদ্য আৰু কৃষি, আদি ক্ষেত্ৰত সহযোগিতাৰ ন ন সুযোগ সন্ধানৰ লগতে ব্যক্তিগত খণ্ডৰ অংশীদাৰীত্ব বৃ...