December 13, 2025 9:39 PM

views 39

উত্তৰাখণ্ডৰ পৌৰী জিলাৰ কান্দলীয়া গ্রাউণ্ডৰ সাংসদ ক্রীড়া মহোৎসৱৰ শুভাৰম্ভ

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রী মনসুখ মন্দাভিয়াই আজি উত্তৰাখণ্ডৰ পৌৰী জিলাৰ কান্দলীয়া গ্রাউণ্ডৰ সাংসদ ক্রীড়া মহোৎসৱৰ শুভাৰম্ভ কৰে। এই উপলক্ষে যুৱক-যুৱতীসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰ নিৰ্মানত ক্রীড়া-সংস্কৃতিৰ গুৰুত্ব বিষয়ে উল্লেখ কৰি পৌৰী উচ্চমানৰ ক্ৰীড়া কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে । খেলুৱৈ তথা স্থানীয় লোকসকলক উদ্দেশ্যে মন্ত্ৰগৰাকীয়ে কয়, যে সাংসদ ক্রীড়া মহোৎসৱে প্ৰতিভাসম্পন্ন যুৱক-যুৱতীসকলক এখন স্বচ্ছ আৰু উন্নত মঞ্চ প্ৰদান কৰি...