June 29, 2026 1:42 PM
11
ভাৰতৰ সৰ্বাংগীণ বিকাশৰ বাবে খাদ্য প্ৰসংস্কৰণ উদ্যোগ স্থাপন কৰাটো বৰ্তমান সময়ত অতি প্রয়োজনঃ চিৰাগ পাছৱান
কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ দপ্তৰৰ মন্ত্ৰী চিৰাগ পাছৱানে ভাৰতৰ সৰ্বাংগীণ বিকাশৰ বাবে খাদ্য প্ৰসংস্কৰণ উদ্যোগ স্থাপন কৰাটো বৰ্তমান সময়ত অতি প্রয়োজন বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে এনে উদ্যোগে কৃষক, গ্রাম্য অৰ্থনীতি আৰু যুৱক-যুৱতীৰ বাবে বহনক্ষম বিকাশ নিশ্চিত কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যুৱচামক নিয়োগ বিচৰাৰ পৰিৱৰ্তে নিয়োগ সৃষ্টি কৰিব পৰাকৈ নিজকে গঢ়ি তুলিবলৈ আহ্বান জনায়। মহাৰাষ্ট্ৰৰ খাদ্য প্ৰযুক্তি মহাবিদ্যালয়ৰ বসন্ত ৰাও মাৰাথৱাড়া কৃষি বিদ্যাপীঠত এটা সামূহিক ইনকিউবেচন কেন্দ্র উদ্...