February 5, 2025 1:03 PM

views 29

জম্মু-কাশ্মীৰৰ নিৰাপত্তা সম্পৰ্কত নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি নতুন দিল্লীত জম্মু-কাশ্মীৰৰ নিৰাপত্তা সম্পৰ্কীয় এখন বৈঠকত ভাগ লয়। গৃহ সচিব গোৱিন্দ মোহন, সেনাপ্রধান উপেন্দ্ৰ দ্বিবেদীৰ লগতে জ্যেষ্ঠ বিষয়াসকল এই বৈঠকত উপস্থিত থাকে। ইয়াৰ পূৰ্বে যোৱাটো মাহত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত গৃহমন্ত্ৰীগৰাকীয়ে সকলো নিৰাপত্তা সংস্থাকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল। নিৰাপত্তা সংস্থাসমূহৰ তৎপৰতাত সন্ত্ৰাসবাদী কার্যকলাপ, অনুপ্ৰৱেশ তথা সন্ত্ৰাসবাদী সংগঠনত যুৱ প্ৰজন্মৰ অন্তৰ্ভুক্তি যথেষ্ট হ্ৰাস প...