July 26, 2026 10:21 AM

views 18

প্রহ্লাদ যোশীক দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি

প্ৰহ্লাদ যোশী দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰী হ'ব। শ্রীযোশী বৰ্তমানৰ গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰীৰ উপৰি শিক্ষামন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব অর্পণ কৰা হৈছে। ইপিনে, ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কেন্দ্রীয় মন্ত্ৰী পৰিষদৰ পৰা ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ পত্র গ্রহণ কৰিছে।