July 23, 2024 9:57 AM

views 120

লোকসভাত  আজি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি দিনৰ ১১ বজাত লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত তৃতীয়বাৰলৈ চৰকাৰ গঠন হোৱাৰ পাছত এয়া প্ৰথম বাজেট হ'ব। ইপিনে ২০১৯ বৰ্ষত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব শ্রীসীতাৰমনৰ ক্ৰমাগত সপ্তখন বাজেট। বাজেট প্রস্তুত কৰিবলৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে শিক্ষা, স্বাস্থ্য, নিয়োগ, বাণিজ্য, আন্তঃগাঁথনি তথা শক্তিকে ধৰি বিভিন্ন খণ্ডৰ আগশাৰীৰ ব্যক্তি তথা বিশেষজ্ঞ সকলৰ মত গ্ৰহণ কৰা বুলি জান...