June 27, 2025 12:48 PM

views 14

জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত ইউ এম টি এৰ প্ৰথমখন বৈঠক অনুষ্ঠিত

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত যোৱা নিশা দিছপুৰত ইউনিফাইড মেট্রপলিটান ট্ৰেন্সপোৰ্টেচন অথৰিটী চমুকৈ ইউ এম টি এৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজহুৱা পৰিবহন ব্যৱস্থা সুনিয়ন্ত্রিত আৰু শৃংখলিত কৰি যাতায়ত ব্যৱস্থা অধিক কাৰ্যকৰীভাৱে পৰিচালনা কৰাৰ প্ৰাৰম্ভিক কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰা হয়। একেখন বৈঠকতে বাহন আৰু পথচাৰীৰ সূচল চলাচল সুনিশ্চিত কৰিবলৈ পথৰ আৰ্হি উন্নীতকৰণক লৈও আলোচনা চলে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিষয়াসকলৰ উপৰি গৃহ আৰু ৰাজনৈতিক বিভা...