March 19, 2025 11:39 AM

views 22

ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জনাথন পালেক মন্ত্ৰী ড০ এছ জয়শংকৰৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জনাথন পালেক সাক্ষাৎ কৰি দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষাৰ বিভিন্ন বিষয়ত মত বিনিময় কৰে। নতুন দিল্লীত যোৱা সোমবাৰৰ পৰা অনুষ্ঠিত ৰাইছিনা ডাইলগ শীৰ্ষক ভূ-ৰাজনৈতিক আৰু ভূ-অৰ্থনৈতিক সন্মিলনৰ আপাহতে ৬০ জয়শংকৰে নেপাল, থাইলেণ্ড, লটাভিয়া, লাক্সেনবাৰ্গ আৰু মালদ্বীপকে ধৰি ভালেমান দেশৰ বিদেশমন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ড০ জয়শংকৰে লগতে আন্তঃৰাষ্ট্ৰীয় পাৰমানৱিক শক্তি সংস্থাৰ সঞ্চালক প্ৰধান ...