July 24, 2026 10:13 PM

views 2

চৰকাৰে মুকলি কৰা টেলিভিছন ৰেটিং নীতি ২০২৬ত টিলিভিছন ৰেটিঙৰ নিয়ন্ত্ৰণৰ বাবে বিস্তৃত নিৰ্দেশনা নিৰ্ধাৰণ কৰা হৈছেঃ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে চৰকাৰে মুকলি কৰা টেলিভিছন ৰেটিং নীতি ২০২৬ত টিলিভিছন ৰেটিঙৰ নিয়ন্ত্ৰণৰ বাবে বিস্তৃত নিৰ্দেশনা নিৰ্ধাৰণ কৰা হৈছে। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰত শ্ৰীবৈষ্ণৱে কয় যে এই নীতিয়ে টিভি ৰেটিং সেৱা প্ৰদান কৰা সংস্থাসমূহৰ পঞ্জীয়ন, পৰিচালনা, হিচাপ গ্ৰহণ আৰু তদাৰকীৰ বাবে স্পষ্ট মান নিৰ্ধাৰণ কৰিছে।  এই নীতি ভাৰতত টি ভি ৰেটিং এজেন্সিৰ বাবে ২০১৪ চনৰ ১৬ জানুৱাৰীত মুকলি কৰা নীতিৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হ'ব। এই নীতিৰ অধীনত বৃহৎ সংখ্যক সংস্কাৰ প্ৰৱৰ্তন কৰা হৈছে বু...