January 15, 2025 7:35 PM

views 46

চাহ জনগোষ্ঠী বসতিপ্রধান অঞ্চলসমূহত কৃষিভিত্তিক উৎসৱ টুচু পূজা উদযাপন

মকৰ সংক্ৰান্তি উপলক্ষে চাহ জনগোষ্ঠী বসতিপ্রধান অঞ্চলসমূহত আজি কৃষিভিত্তিক উৎসৱ টুচু পূজা উদযাপন কৰা হৈছে। এই উপলক্ষে উজনি অসমৰ বিভিন্ন চাহ বাগানসমূহৰ চাহ জনগোষ্ঠীসমূহৰ উপাস্য দেৱী টুচুৰ বাৰ্ষিক পূজা উলহ-মালহেৰে আয়োজন কৰে। গোলাঘাট জিলাৰ বোকাখাটৰ লতাবাৰীৰ আহোম গাঁৱৰ মুকলি পথাৰত চাহ জনগোষ্ঠীৰ লোকসকলে পাৰম্পৰিক খেল-ধেমালিৰ আয়োজন কৰে। এই উৎসৱত অংশগ্ৰহণ কৰিবলৈ শিৱসাগৰ, যোৰহাট, নগাঁও ইত্যাদি জিলাসমূহৰ অগণন লোক সমবেত হয়। চাহ জনগোষ্ঠীৰ লোকসকলে মাঘ বিহুৰ দিনাই এই বিশেষ পূজাৰ আয়োজন কৰে। যুৱক-যুৱতী আৰু ...