May 17, 2024 12:42 PM

views 58

ট্ৰিনিদাদ আৰু ট’বাগোৰ প্ৰধানমন্ত্ৰী ড° কেইথ ক্রিষ্টোফাৰ ৰ’লি মুম্বাইত উপস্থিত

ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পর্ক উন্নত কৰাৰ লগতে ট্রিনিদাদত ক্রিকেট একাডেমী মুকলি কৰাৰ বিষয়ে আলোচনা কৰিবলৈ ট্ৰিনিদাদ আৰু ট’বাগোৰ প্ৰধানমন্ত্ৰী ড° কেইথ ক্রিষ্টোফাৰ ৰ'লি মুম্বাইত উপস্থিত হৈছে। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বাইছ আৰু শ্ৰীমতী ৰামবাই বাইছে কালি ৰাজভৱনত ভ্ৰমণৰত প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নী শ্বেৰন ৰ'লীক আনুষ্ঠানিকভাৱে আদৰণি জনায়। অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ স্বাধীনতাই ট্রিনিদাদ আৰু ট’বাগোৰ স্বাধীনতাৰ বাট মুকলি কৰিছিল। ভাৰতৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ প্ৰয়োজনৰ ব...