June 24, 2026 8:31 PM
9
ৰাণী দুর্গাৱতীৰ স্মৃতি দিৱস উপলক্ষে গৃহমন্ত্ৰী-প্ৰতিৰক্ষা মন্ত্ৰীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ৰাণী দুর্গাৱতীৰ স্মৃতি দিৱস উপলক্ষে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে ৰাণী দুর্গাৱতীক সার্বভৌমত্ব আৰু সাংস্কৃতিক ঐতিহ্য আক্রমণকাৰীৰ বিৰুদ্ধে বীৰত্বপূর্ণ সংগ্ৰামত প্রাণ আহুতি দিয়া এগৰাকী বীৰ ৰাণী আৰু নাৰী শক্তিৰ প্ৰতীক বুলি অভিহিত কৰে। শ্রী শ্বাহে লগতে কয়, যে ৰাণী দুর্গাৱতী সুশাসন আৰু সেৱাৰ বাবে এক চিৰন্তন প্ৰেৰণা। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ৰাণী দুর্গাৱতী...