August 23, 2025 2:05 PM

views 47

উৰিয়ামঘাটত উচ্ছেদিত অঞ্চলত নাগালেণ্ড আৰু অসম চৰকাৰৰ যৌথ প্রচেষ্টাত বনানীকৰণৰ পদক্ষেপ

উৰিয়ামঘাটত প্ৰশাসন আৰু বন বিভাগে উচ্ছেদ অভিযান চলোৱাৰ পাছত উচ্ছেদিত অঞ্চলসমূহত নাগালেণ্ড চৰকাৰ আৰু অসম চৰকাৰৰ যৌথ প্রচেষ্টাত বনানীকৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আজি দুয়োখন চৰকাৰৰ প্ৰতিনিধিৰ উপস্থিতিত উচ্ছেদিত অঞ্চলসমূহত গছপুলি ৰোপণ কৰা হ'ব। এই কার্যসূচীত অসম চৰকাৰৰ হৈ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী ৱাই পেটনকে ধৰি স্থানীয় বিধায়ক আৰু বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰিব। সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে কালি এখন সংবাদমেল যোগে এই কথা প্ৰকাশ কৰাৰ লগতে উচ্ছেদিত অ...

August 10, 2025 7:05 PM

views 43

উৰিয়ামঘাটৰ দখলমুক্ত কৰা অঞ্চলসমূহত ২৩ ছেপ্টেম্বৰ পৰ্যন্ত বনবিভাগৰ গছপুলি ৰোপণ কাৰ্যসূচী

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিক পুনৰ সেউজ কৰি তোলাৰ লক্ষ্যৰে সোণাৰ বিলত বন বিভাগৰ উদ্যোগত কালিৰেপৰা গছপুলি ৰোপণ কৰা হৈছে। কালি ১৫ হাজাৰ মধুৰিয়াম গছৰ পুলি ৰোপণ কৰা হয়। বনানিকৰণৰ জৰিয়তে বনাঞ্চলৰ ভূমি ৰক্ষা কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচীত অংশগ্রহণ কৰিবলৈ ৰাজ্য চৰকাৰে সকলোকে আহ্বান জনাইছে। উল্লেখযোগ্য যে, যোৱা ৩০ জুলাইৰ পৰা চলি থকা এই উচ্ছেদ অভিযানত অঞ্চলটোৰ ১০ হাজাৰ বিঘাৰো অধিক ভূমি দখলমুক্ত কৰা হৈছিল। সোণাৰি বিলত আৰম্ভ কৰা এই গছপুলি ৰোপণ অভিযান অন্যান্য উচ্ছেদিত ভূমিল...

August 1, 2024 7:20 PM

views 44

অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পর্যায় আৰম্ভ; ২০ আগষ্ট পর্যন্ত ৰাজ্যজুৰি ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য

ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি আৰু বৃক্ষ অর্থনীতিৰ বিকাশৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পর্যায় আজি আৰম্ভ হৈছে। এই কাৰ্যসূচীৰ অধীনত অহা ২০ আগষ্ট পর্যন্ত ৰাজ্যজুৰি ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ মন্ত্ৰীসকলৰ আৱাসীক চৌহদৰ উদ্যানত এটা অশোক গছৰ পুলি ৰোপণ কৰি এই কাৰ্যসূচীব আনুষ্ঠানিক শুভাৰম্ভ কৰে। এই বছৰ এজুপি গছ মাৰ নামত শীৰ্ষক বিষয়বস্তুবে আজিৰেপৰা ১৫ আগষ্ট পর্যন্ত ৩ কোটি বাণিজ্যিকভাৱে উপযোগী গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি...