August 27, 2025 11:54 AM

views 20

কাটৰা, উধমপুৰ আৰু জম্মু ৰে’লৱে ষ্টেচনৰ পৰা যাবলগীয়া ১৮খন ৰে’লৰ যাত্ৰা বাতিল

জম্মু অঞ্চলত হৈ থকা নেৰানেপেৰা বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ ৰে'লৱেই কাটৰা, উধমপুৰ আৰু জম্মু ৰে'লৱে ষ্টেচনৰ পৰা যাবলগীয়া ১৮ খন ৰে'লৰ যাত্ৰা বাতিল কৰিছে। ৰে'ল মন্ত্ৰ্যালয়ৰ বিষয়াই প্ৰকাশ কৰা অনুসৰি চাৰিখন ৰে'লৰ যাত্ৰা চমু কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বাতিল কৰা ৰে’লগাড়ীসমূহৰ ভিতৰত ৭ খনে কাটৰা, দুখনে উধমপুৰ আৰু এখনে জন্মৰ পৰা যাত্ৰা কৰাৰ কথা আছিল মন্ত্ৰ্যালয়ে কাটৰা আৰু উধমপুৰলৈ বুলি যাবলগীয়া কেইবাখনো ৰে'ল বাতিল কৰা বুলিও প্ৰকাশ কৰিছে।অৱশ্যে কাটৰা-শ্ৰীনগৰ অংশত ৰে’লযাত্ৰা পূৰ্বৰ দৰে ...