November 21, 2025 8:09 PM

views 28

ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্টৰ বাবে গুৱাহাটীত যান-বাহন চলাচলৰ বাবে বিশেষ নির্দেশনা

গুৱাহাটীৰ বৰ্ষাপাৰাত কাইলৈৰ পৰা হ’বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টৰ বাবে গুৱাহাটীত যান-বাহন চলাচলৰ বাবে বিশেষ নির্দেশ জাৰি কৰা হৈছে। সেই অনুসৰি কাইলৈ পুৱা ৬ বজাৰ পৰা বৰ্ষাপাৰাৰ সমীপৰ পথত বাণিজ্যিক বাহনৰ চলাচলত বাধা আৰোপ কৰা হৈছে। বি কে কাকতি পথ, এ কে আজাদ পথ, কুল বসুমতাৰী পথ, ভূপেন হাজৰিকা পথ, মৰা ভৰলু পথ, বিৰুবাৰী পথ, পণ্ডিত দীনদয়াল উপাধ্যায় পথ আৰু আৰ কে চি পথত কাইলৈ বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব। একেদৰে লালগণেশ পথ আৰু কুল বসুমতাৰী পথো ৱান ৱে কৰা হৈছ...