September 14, 2024 8:12 PM

views 23

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমৰ ফুটবলাৰ টছেন বৰাৰ দেহাৱসান

নাহৰকটিয়াৰ কলিয়াপানী, ২ নম্বৰ বৰবামগাওঁ নিৱাসী আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমৰ ফুটবলাৰ টছেন বৰাৰ আজি পুৱতি নিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। ভাৰতীয় দলৰ হৈ খেলা ফুটবলাৰ গৰাকী ক্রীড়াপ্ৰেমী ৰাইজে অসমৰ মাৰাদনা হিচাপে অভিহিত কৰিছিল। আজি অসম অলিম্পিক সন্থাই এখন শোকসভাৰ আয়োজন কৰি ফুটবলাৰগৰাকীৰ বিয়োগত শ্রদ্ধা জ্ঞাপন কৰে। এই কার্যসূচীত কেন্দ্রীয় মন্ত্ৰী তথা সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালো উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে খেলুৱৈগৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগত...