April 16, 2025 7:58 PM

views 43

দেশত টোলগে’ট ব্যৱস্থাৰ পৰিৱৰ্তে নতুন জি এন এছ এছ ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত কেন্দ্ৰৰ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রণালয়ে পৰৱৰ্তী ১৫ দিনৰ ভিতৰত সমগ্ৰ দেশতে টোলগে’ট ব্যৱস্থাৰ পৰিৱৰ্তে নতুন জি এন এছ এছ ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে। গ্লোবেল নেভিগেশ্বন ছেটেলাইট ছিষ্টেমৰ অধীনত যান-বাহনসমূহত এটা যতন সংযোগ কৰিব লাগিব আৰু এই যতনৰ পৰাই উপগ্ৰহৰ জৰিয়তে সংশ্লিষ্ট যান-বাহনৰ অৱস্থিতি ঠাৱৰ কৰা হ'ব। এই নতুন ব্যৱস্থাত কোনো এখন যান-বাহন টোলযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে ২০ কিলোমিটাৰ অতিক্ৰম কৰাৰ পাছতেই টোল ভৰিব লাগিব। এই নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ পাছত টোলগে’টত যান-বাহনৰ সময় অপচয় কিছু হ্ৰা...