March 15, 2025 7:07 PM
114
আজি বিশ্ব গ্রাহক অধিকাৰ দিৱস পালন
আজি বিশ্ব গ্রাহক অধিকাৰ দিৱস। গ্ৰাহকসকলৰ অধিকাৰ আৰু ইয়াৰ সুৰক্ষা সুনিশ্চিত কৰা প্রয়োজনীয়তাক সোঁৱৰাই দিয়াৰ উদ্দেশ্যে প্ৰতি বছৰে ১৫ মাৰ্চত এই দিৱস উদযাপন কৰা হয়। এই দিৱসে সকলো গ্ৰাহকৰে প্ৰাথমিক অধিকাৰসমূহৰ বিষয়ে গুৰুত্ব আৰোপ, এই অধিকাৰসমূহক সন্মান আৰু সুৰক্ষিত কৰা কাৰ্যক উদগনি যোগোৱাৰ সুযোগ দিয়ে। ২০২৫ বৰ্ষৰ বিশ্ব গ্ৰাহক অধিকাৰ দিৱসৰ মূল বিষয়বস্তু হৈছে— বহনক্ষম জীৱন শৈলীৰ বাবে ন্যায়সংগত পৰিৱৰ্তন। কেন্দ্ৰীয় চৰকাৰে গ্ৰাহকসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ উদ্দেশ্যে আৰু তেওঁলোকৰ ওজৰ আপত্তিসমূহ সোনকাল...