May 30, 2025 11:40 AM

views 41

ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাকে ধৰি বিভিন্ন আঁচনি ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত কালি এখন বৈঠকত মিলিত হয়। নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকখনত সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলক আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতা সুনিশ্চিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নির্দেশ দিয়ে। বৈঠকত নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকা, আৰক্ষী অধীক্ষক সুপ্রিয়া দাসকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থা...