May 14, 2025 9:00 PM

views 35

উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তিনিটা নতুন ঐচ্ছিক বিষয় প্ৰৱৰ্তন

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই বছৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কৃত্রিম বুদ্ধিমত্তা, বিত্তীয় সাক্ষৰতা আৰু সাংকেতিক ভাষা – এই তিনিটা নতুন ঐচ্ছিক বিষয় প্ৰৱৰ্তন কৰিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু আই আই টি গুৱাহাটীৰ সঞ্চালক উপস্থিতিত আই আই টি গুৱাহাটীত শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে তিনি-দিনয়া আৱাসিক কৃত্রিম বুদ্ধিমত্তা প্রশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে আৰু কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যপুথি উন্মোচন কৰে। মন্ত্ৰীগৰাকীয়ে লগ...