November 24, 2024 7:57 PM

views 81

৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ ২০২৪ত ভৱিষ্যতৰ সৃজনীশীল মন শিতানৰ ফলাফল ঘোষণা

গোৱাত চলি থকা ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ ২০২৪ত আজি ভৱিষ্যতৰ সৃজনীশীল মন শিতানৰ ফলাফল ঘোষণা কৰা হয়। এই শাখাত গ্রীন দলৰ গুল্লু নামৰ ছবিখনে শ্রেষ্ঠ ছবিৰ সন্মান অর্জন কৰে। ছবিখনে ৫ লাখ টকাৰ নগদ ধন পুৰস্কাৰ হিচাপে লাভ কৰে। একেখন ছবিৰে পুষ্পেন্দ্ৰ কুমাৰে শ্ৰেষ্ঠ অভিনেতা আৰু লভফ্লিক্স ছাবছক্রিপচন ছবিৰ ভিশাখা নাইকে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান অৰ্জন কৰে। প্রতিযোগিতাৰ বাবে বাছনি কৰা এশজন যুৱ অংশগ্ৰহণকাৰীক ২০ গৰাকীকৈ ৫টা দলত ভাগ কৰা হৈছিল। তেওঁলোকক ৪৮ ঘণ্টাৰ ভিতৰত একোখনকৈ চুটি ছবি নিৰ্মাণৰ দায়িত্ব দি...